Assam Police General Knowledge, History of Assam Part -2

Assam Police General Knowledge

History of Assam ( Part -2)


২৫) কোন জন আহোম ৰজাৰ দিনত মিৰজুমলাই অসম আক্ৰমণ কৰিছিল ?
উ:- জয়ধ্বজ সিংহ ।

২৬) কোন চনত ঘিলাধাৰী ঘাটৰ সন্ধি হৈছিল ? 
উ:- ১৬৬৩ চনত ।

২৭) কোন চনত শৰাইঘাটৰ যুদ্ধ হৈছিল?
উ:- ১৬৭১ চনত ।

২৮) ইটাখুলিৰ ৰণ কোন চনত হৈছিল ?
উ:- ১৬৮১ চনত। 

২৯) উমানন্দ দেৱালয় আৰু ধোদৰআলি কোন জন আহোম ৰজাই সজাইছিল ?
উ:- গদাধৰ সিংহ ই ।

৩০) আহোম সকলৰ শ্ৰেষ্ঠ নৃপতি বুলি কাক কোৱা হয়?
উ:- ৰুদ্ৰ সিংহ । 

৩১) কোন ৰাণীক "বৰ ৰজা" উপাধি দিয়া হৈছিল?
উ:- ৰাণী ফুলেশ্বৰী। 
(adsbygoogle = window.adsbygoogle || []).push({});

৩২) শিৱদৌল কোনে নিৰ্মাণ কৰাইছিল ?
উ:- অম্বিকা কুঁৱৰী ।

৩৩)কোন আহোম ৰজাই ৰংঘৰ নিৰ্মাণ কৰাইছিল?
উ:- প্ৰমত্ত সিংহ ।

৩৪) কাৰেং ঘৰ, তলাতল ঘৰ, নৱগ্ৰ হ াআদি কোনে নিৰ্মাণ কৰাইছিল?
উ:- ৰাজেশ্বৰ সিংহই। 

৩৫)কোন আহোম ৰজাই মোৱমৰীয়া নিধন নীতি গ্ৰহণ কৰে ?
উ:- গৌৰীনাথ সিংহই ।

৩৬)কোন আহোম ৰজাৰ ৰাজত্ব কালত মানৰ অসম আক্ৰমণ সংঘটিত হৈছিল ?
উ:- চন্দ্ৰকান্ত সিংহৰ দিনত । (১৮১৬ চনত প্ৰথম বাৰ মানৰ আক্ৰমণ হৈছিল)

৩৭)  য়া দাম্বো সন্ধি কোন চনত হৈছিল ?
উ:- ১৮২৪ চনৰ ২৪ February 

৩৮) ব্ৰিটিছ অসমৰ প্ৰথম শাসন কৰ্তা কোন ?
উ:-  ডেভিদ স্কট ।

৩৯) অসমৰ প্ৰথম চীফ কমিছনাৰ কোন ?
উ:- কৰ্ণেল কিটিং ।

৪০) কটন কলেজ কোন চনত স্থাপন কৰিছিল?
উ:- ১৯০১ চনত। 

৪১) ব্ৰিটিছ অসম ৰ প্ৰথম মুখ্য মন্ত্ৰী কোন আছিল ?
উ:-  মহম্মদ ছাদুল্লা ।

৪২) স্বাধীন অসমৰ প্ৰথম ৰাজ্য পাল কোন ?
উ:-  আকবৰ হাইডাৰি। 

৪৩) গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থাপন হৈছিল ?
উ:- ১৯৪৮ চনত ।

৪৪) অসমীয়া ভাষা কোন চনত ৰাজ্যিক ভাষা হিচাপে স্বীকৃত হয়?
উ:-  ১৯৬১ চনত ।

৪৫) মেঘালয় ৰাজ্য স্থাপন হৈছিল ?
উ:- ১৯৭২ চনত। 

৪৬) অসমৰ ৰাজধানী গুৱাহাটী লৈ স্থানন্তৰিত হৈছিল?
উ:- ১৯৭৩ চনত ।

৪৭) অসমত ৰাষ্টৰপতি শাসন বলব ত হৈছিল ?
উ:- ১৯৭৯ চনৰ ১২ December 


For Part-3 👉 CLICK HERE

Assam Gk 👉 কাৰণে ইয়াত  Click কৰক
(আগলৈ..) 

Comments

Unknown said…
ইটাখুলিৰ ৰণ ১৬৮২ চনত আহোম ৰাজ্য আৰু মোগল সম্ৰাজ্যৰ মাজত গুৱাহাটীত সংঘটিত হৈছিল। আহোমসকলে এই যুদ্ধত মোগলৰ বিৰুদ্ধে জয় লাভ কৰে। আহোম সৈন্যয়ে মোগল সকলক পিছ হুহুকাই পশ্চিমৰ মানস নদীৰ পৰ্যন্ত খেদি দিয়ে। ইটাখুলিৰ ৰণৰ ফলত মানস নদী আহোম আৰু মোগলৰ সীমাত পৰিগণিত হয় আৰু ব্ৰিটিছ সকলে অধিকাৰ কৰাৰ আগলৈকে এই সীমা অব্যাহত থাকে। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদৰ পাৰত এই যুদ্ধ সংঘটিত হৈছিল। ইয়াত মোগল ফৌজদাৰ মনচুৰ খানে পৰাজয় বৰণ কৰে আৰু সৈন্যসকলক মানস নদীলৈ পিছ হুহুকাৰ আদেশ দিয়ে। ইয়াৰ ফলত আহোম সকলে কামৰূপক মোগলৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Kaushik Phukan said…
Thank you for your correction.