Assam Art and Culture part:- 3
১." A Grammatical Notices of Assam" পুথি খনৰ লেখক কোন আৰু কেতিয়া প্ৰকাশ পাইছিল ?
👉 নাথান ব্ৰাউন , ১৮৪৮ চনত প্ৰকাশ হৈছিল ।
২."A grammar of Assamese Language" পুথি খনৰ লেখক কোন ?
👉উইলিয়াম ৰবিনচন ।(১৮৩৯ চনত প্ৰকাশ পাইছিল)
৩.প্ৰথম অসমীয়া অভিধান " অসমীয়া ইংৰাজী অভিধান"ৰ প্ৰণেতা কোন ?
👉মাইলছ ব্ৰন্সণ(১৮৬৭ চনত প্ৰকাশিত)
৪."অ মোৰ আপোনাৰ দেশ" কবিতাটো কোন খন পুথিত কাৰ নামত প্ৰকাশ পাইছিল ?
👉 "কদম কলি" কবিতা পুথি খনত প্ৰকাশ পাইছিল , কৃপাবৰ বৰুৱাৰ ছদ্মনামত ।
৫." অশ্ব নিদান" নামৰ গ্রন্থৰ লিখক কোন?
👉সূৰ্য্যখৰি দৈৱজ্ঞ ।
৬. ড হীৰেন গোহাঁই ৰ স্মৃতিকথা খনৰ নাম কি ?
👉 " বতাহত ক'ৰ গধূলি গোপাল " ।
৭. চৈয়দ আব্দুল মালিকে ,শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত লিখা উপন্যাস খনৰ নাম কি ?
👉 " ধন্য নৰ তনু ভাল"
৮. চৈয়দ আব্দুল মালিকে, মাধৱদেৱৰ জীৱনৰ আধাৰত লিখা উপন্যাস খনৰ নাম কি?
👉 " প্ৰেম অমৃতৰ নদী " ।
৯."অসমীয়া জিকিৰ আৰু জাৰী" ৰ লিখক কোন ?
👉 চৈয়দ আব্দুল মালিক ।
১০." মামৰে ধৰা তৰোৱাল" গ্ৰন্থ খনৰ লিখক কোন?
👉 মামণি ৰয়ছম গোস্বামী (ইন্দিৰা গোস্বামী)।
১১. ড' মামণি ৰয়ছম গোস্বামী ৰ জীৱনৰ আধাৰত পৰিচালিত কথাছবি খনৰ নাম কি?
👉 " অহাদ্য"
১২. প্ৰতিমা বৰুৱা পাণ্ডে ৰ জীবনৰ আধাৰত পৰিচালনা কৰা কথাছবি খনৰ নাম কি ?
👉 "হস্তীৰ কন্যা "।
১৩. " জয়মতী" নাটৰ ৰচক কোন?
👉 লক্ষ্মীনাথ বেজবৰুৱাদেৱ ।
১৪. অসমৰ কোনজন ৰজাক বিষ্ণুৰ বংশধৰ বুলি কোৱা হয় ?
👉 কুমাৰ ভাস্কৰ বৰ্মন ।
১৫.বিহু পতাকা খনৰ আৰ্হি কোনে পোনপ্ৰথমে প্ৰস্তুত কৰিছিল ?
👉 নিপ কুমাৰ বৰুৱাই ।
১৬." বিহুৱা ডেকাই পিন্ধা চোলা টোৰ নাম কি?
👉চাপকন চোলা ।
১৭. তাম্ৰেশ্বৰী মন্দিৰত নৰবলি দিয়া প্ৰথা কোন জন আহোম ৰজাই নিষিদ্ধ কৰিছিল ?
👉 স্বৰ্গদেউ গৌৰীনাথ সিংহ য়ে ।
১৮. কোনজন ডিমাছা ৰজাই প্ৰথম বাৰৰ বাবে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল ?
👉 " ৰজা কৃষ্ণচন্দ্ৰ" য়ে ।
১৯." Ballads and Tales of Assam" গ্ৰন্থ খনৰ লিখক কোন?
👉 প্ৰফুল্লদত্ত গোস্বামী ।
২০. " ওজাপালি " ৰ জনক কোন ?
👉 ১৫ শতিকাৰ কামৰূপৰ ৰজা বিশ্বসিংহৰ দিনত " দুগাবৰ" নামৰ এজন কবিয়ে সৃষ্টি কৰিছিল।
২১. অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন?
👉 অচ্যুত লহকৰ ।
২২. অসমত মঞ্চৰ জন্ম দিওতা কোন ?
👉 শংকৰদেৱ( চিহ্নযাত্ৰা ৰ দ্বাৰা আৰম্ভণি কৰা হৈছিল )
২৩. অসমীয়া যাত্ৰা অভিনয়ৰ বাটকটীয়া নাট কি ?
👉 জয়দ্ৰথ বধ ( লিখক : অম্বিকাগিৰী ৰায়চৌধুৰী)
[আগলৈ......]
Assam Gk ৰ প্ৰশ্ন পাবলৈ ইয়াত Click here কৰক
Visit my blog for more questions.
Website: assampolicestusy.blogspot.com
Comments