Assam Police constable Exam
General knowledge Part-4
৬৭) পলাচি যুদ্ধ কোন চনত হৈছিল?
উ:- ১৭৫৭ চনত ।
৬৮) ইষ্ট ইণ্ডিয়া কম্পানী কোন চনত গঠন কৰা হৈছিল ?
উ:- ১৬০০ চনত।
৬৯) ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কোন চনত স্থাপন হৈছিল ?
উ:- ১৯৩৫ চনত ।
৭০) অৰ্থ শাস্ত্ৰ পুথিৰ জনক কোন ?
উ:- কৌটিল্য ।
৭১) ভাৰত বৰ্ষত কোনে প্ৰথম বাৰৰ কাৰণে টেলিগ্ৰাফ আৰু ৰেল সেৱা আৰম্ভ কৰিছিল?
উ:- লৰ্ড ডেলহাউচি এ । ( ১৮৫৩ চনত )
৭২) সতী দাহ প্ৰথা কোনে নিষিদ্ধ কৰিছিল ?
উ:- লৰ্ড উইলিয়াম বেণ্টিক এ ।
৭৩) লৌহ মানৱ বুলি কোৱা হয় ?
উ:- চৰ্দাৰ বল্লভ ভাই পেটেল ক।
৭৪) "Give me blood, I will give you freedom" উক্ত কথাষাৰ কোনে কৈছিল ?
উ:- নেতাজী সুভাষ চন্দ্ৰ বসুৱে ।
৭৫) " স্বৰাজ মোৰ জন্ম স্বত, মই ইয়াক পাব লাগিব" কথাষাৰ কোনে কৈছিল ?
উ:- বাল গঙ্গাধৰ তিলকে ।
৭৬) শ্ৰী মন্ত শঙ্কৰ দেৱৰ জন্ম হৈছিল?
উ:- ১৪৪৯ চনত ।
৭৭) অসমলৈ মান কোনে আনিছিল ?
উ:- বদন চন্দ্ৰ বৰফুকন এ ।
৭৮)অসমৰ প্ৰথম অসমীয়া চাহ খেতিয়ক কোন ?
উ:- মণিৰাম দেৱান ।
৭৯) কোন চনত মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰিছিল ?
উ:- ১৯২১ চনত।
৮০) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল ?
উ:- কৃষ্ণ কান্ত সন্দিকৈ ।
৮১) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন?
উ:- গোপীনাথ বৰদলৈ ।
৮২) আহোম সকলৰ শেষৰ জন ৰজা কোন?
উ:- পুৰন্দৰ সিংহ ।
৮৩) কোন চনত ড' ভূপেন হাজৰিকা ক দাদাচাহেব ফালকে পুৰস্কাৰ প্ৰদান কৰা হয় ?
উ:- ১৯৯২ চনত ।
৮৪) অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল ?
উ:- পদ্ম নাথ গোহাঁই বৰুৱা ।
৮৫) অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান ?
উ:- ১২৪ খন।
৮৬) অসম ত লোকসভাৰ মুঠ আসনৰ সংখ্যা কিমান?
উ:- ১৪ খন।
৮৭) গুৱাহাটী উচ্চ ন্ায়ালয় ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল?
উ:- হলিৰাম ডেকা ।
৮৮) National Games অসমত কোন চনত অনুষ্ঠিত হৈছিল?
উ:- ২০০৭ চনত ।
৮৯) অভিৰুচি দিৱস পালন কৰা হয়?
উ:- ৩ ছেপ্টেম্বৰ ।
৯০) অসম ৰাইফল চ স্থাপন কৰা হৈছিল ?
উ:- ১৮৩৫ চনত।
(আগলৈ...)
অসম gk ৰ প্ৰশ্ন সমূহ পাবলৈ ইয়াত 👉Click here
Comments