Assam Police General Knowledge
#History of Assam and India Part -3
৪৭) অসমৰ প্ৰথম অ কংগ্ৰেছী মুখ্যমন্ত্ৰী আছিল?
উ:- গোলাপ বৰবৰা ।
৪৮) অসম চুক্তি সংসদত গৃহীত হৈছিল ?
উ:- ১৯৮৫ চনৰ ১৫ আগষ্ট ।
৪৯) ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথম অসমীয়া কোন?
উ:- গোমধৰ কোঁৱৰ ।
৫০) নেফা গঠন কোন চনত হৈছিল ?
উ:- ১৯১৪ চনত ।
৫১) অসম বিধাসভা ৰ প্ৰথম খন অধিবেশন কেতিয়া অনুষ্ঠিত হৈছিল ?
উ:- ১৯৩৭ চনত শ্বিলং ত ।
৫২) বড়ো লেণ্ড TERRITORIAL COUNCIL গঠন হৈছিল ?
উ:- ২০০৩ চনত ।
৫৩)অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ?
উ:- বসন্ত কুমাৰ দাস ।
৫৪) অসহযোগ আন্দোলন কোন চনত আৰম্ভ হয়?
উ:- ১৯২১ চনত ।
৫৫) আইন অমান্য আন্দোলন কোন চনত আৰম্ভ হয়?
উ:- ১৯৩০-৩২ চনত ।
৫৬) ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ হৈছিল ?
উ:- ১৯৪২ চনত ।
৫৭) পানিপথ ৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল ?
উ:- ১৫২৬ চনত, বাবৰ আৰু ইব্ৰাহিম লোধি ৰ মাজত হৈছিল ।
৫৮) পানিপথ ৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল ?
উ:- ১৫৫৬ চনত , হেমু আৰু বৈৰম খান ৰ মাজত হৈছিল ।
৫৯) মোগল সম্ৰাট বাবৰৰ আত্মজীৱনী খনৰ নাম কি ?
উ:- তুজুক ই বাবৰি ।
৬০)গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল ?
উ:- ছেৰ ছাহ চুৰি ।
৬১) হালদি ঘাট ৰ যুদ্ধ কাৰ মাজত হৈছিল?
উ:- আকবৰ আৰু ৰানা প্ৰতাপ সিংহৰ মাজত ।
৬২)কোন জন মোগল শাসকৰ ৰাজত্ব কালত ইংৰাজ ভাৰতলৈ আহিছিল ?
উ:- জাহাঙ্গীৰ ৰ শাসন কালত । ( ইষ্ট ইণ্ডিয়া কোম্পানীৰ স্থাপন হৈছিল)
৬৩) মোগল শাসনৰ স্বৰ্ণ কাল বুলি কাৰ শাসন কালত কোৱা হয় ?
উ:- ছাহ জাহানৰ শাসনৰ সময় ক ।
৬৪) সাগৰীয় পথেৰে ভাৰতলৈ বাণিজ্যৰ কাৰণে কোন আৰু কেতিয়া আহিছিল ?
উ:- পৰ্তুগীজ সকল আহিছিল । ভাস্ক ডা গামা ৰ নেতৃত্বত ১৪৯৮ চনত ভাৰত বৰ্ষত প্ৰবেশ কৰিছিল, কলিকুত বন্দৰত ।
৬৫) ভাৰতৰ প্ৰথম ভাইচৰয় কোন ?
উ:- লৰ্ড কেনিং । ( প্ৰথম গৱৰ্ণৰ জেনেৰেল ও ভাইচৰয়)
৬৬) ভাৰতবৰ্ষ ৰ প্ৰথম গৱৰ্ণৰ কোন আছিল ?
উ:- ৱাৰেন হাষ্টিংচ ।
আগলৈ...)
For Part -4 CLICK HERE👈
Comments