Assam Police General Knowledge
History of Assam ( Part -2)
২৫) কোন জন আহোম ৰজাৰ দিনত মিৰজুমলাই অসম আক্ৰমণ কৰিছিল ?
উ:- জয়ধ্বজ সিংহ ।
২৬) কোন চনত ঘিলাধাৰী ঘাটৰ সন্ধি হৈছিল ?
উ:- ১৬৬৩ চনত ।
২৭) কোন চনত শৰাইঘাটৰ যুদ্ধ হৈছিল?
উ:- ১৬৭১ চনত ।
২৮) ইটাখুলিৰ ৰণ কোন চনত হৈছিল ?
উ:- ১৬৮১ চনত।
২৯) উমানন্দ দেৱালয় আৰু ধোদৰআলি কোন জন আহোম ৰজাই সজাইছিল ?
উ:- গদাধৰ সিংহ ই ।
৩০) আহোম সকলৰ শ্ৰেষ্ঠ নৃপতি বুলি কাক কোৱা হয়?
উ:- ৰুদ্ৰ সিংহ ।
৩১) কোন ৰাণীক "বৰ ৰজা" উপাধি দিয়া হৈছিল?
উ:- ৰাণী ফুলেশ্বৰী।
(adsbygoogle = window.adsbygoogle || []).push({});
৩২) শিৱদৌল কোনে নিৰ্মাণ কৰাইছিল ?
উ:- অম্বিকা কুঁৱৰী ।
৩৩)কোন আহোম ৰজাই ৰংঘৰ নিৰ্মাণ কৰাইছিল?
উ:- প্ৰমত্ত সিংহ ।
৩৪) কাৰেং ঘৰ, তলাতল ঘৰ, নৱগ্ৰ হ াআদি কোনে নিৰ্মাণ কৰাইছিল?
উ:- ৰাজেশ্বৰ সিংহই।
৩৫)কোন আহোম ৰজাই মোৱমৰীয়া নিধন নীতি গ্ৰহণ কৰে ?
উ:- গৌৰীনাথ সিংহই ।
৩৬)কোন আহোম ৰজাৰ ৰাজত্ব কালত মানৰ অসম আক্ৰমণ সংঘটিত হৈছিল ?
উ:- চন্দ্ৰকান্ত সিংহৰ দিনত । (১৮১৬ চনত প্ৰথম বাৰ মানৰ আক্ৰমণ হৈছিল)
৩৭) য়া দাম্বো সন্ধি কোন চনত হৈছিল ?
উ:- ১৮২৪ চনৰ ২৪ February
৩৮) ব্ৰিটিছ অসমৰ প্ৰথম শাসন কৰ্তা কোন ?
উ:- ডেভিদ স্কট ।
৩৯) অসমৰ প্ৰথম চীফ কমিছনাৰ কোন ?
উ:- কৰ্ণেল কিটিং ।
৪০) কটন কলেজ কোন চনত স্থাপন কৰিছিল?
উ:- ১৯০১ চনত।
৪১) ব্ৰিটিছ অসম ৰ প্ৰথম মুখ্য মন্ত্ৰী কোন আছিল ?
উ:- মহম্মদ ছাদুল্লা ।
৪২) স্বাধীন অসমৰ প্ৰথম ৰাজ্য পাল কোন ?
উ:- আকবৰ হাইডাৰি।
৪৩) গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থাপন হৈছিল ?
উ:- ১৯৪৮ চনত ।
৪৪) অসমীয়া ভাষা কোন চনত ৰাজ্যিক ভাষা হিচাপে স্বীকৃত হয়?
উ:- ১৯৬১ চনত ।
৪৫) মেঘালয় ৰাজ্য স্থাপন হৈছিল ?
উ:- ১৯৭২ চনত।
৪৬) অসমৰ ৰাজধানী গুৱাহাটী লৈ স্থানন্তৰিত হৈছিল?
উ:- ১৯৭৩ চনত ।
৪৭) অসমত ৰাষ্টৰপতি শাসন বলব ত হৈছিল ?
উ:- ১৯৭৯ চনৰ ১২ December
Assam Gk 👉 কাৰণে ইয়াত Click কৰক
(আগলৈ..)
Comments