Assam Police, Assam History Question

 Assam History Part - 4


বৰ্মন বংশ(Varman Dynasty) :-

১. বৰ্মন বংশৰ প্ৰতিস্থাপক ৰজা কোন? 

👉 পুষ্য বৰ্মন ।

২. পুষ্য বৰ্মনৰ সমসাময়িক গুপ্ত বংশৰ ৰজা কোন আছিল ?

👉 সমূদ্ৰগুপ্ত ।

৩. বৰ্মন বংশৰ কোন জন ৰজাই " মহাধিৰাজা" উপাধি গ্ৰহণ কৰিছিল?

👉পুষ্য বৰ্মনে ।

৪. অশ্বমেধ যজ্ঞ কৰা বৰ্মন বংশৰ ৰজাজন কোন?

👉 মহেন্দ্ৰ বৰ্মন ।

৫. কুমাৰ ভাস্কৰ বৰ্মনৰ পিতৃ কোন আছিল ?

👉 সুপ্ৰতিস্থিত বৰ্মন ।

৬. ভাস্কৰ বৰ্মনে আৰম্ভ কৰা নতুন চন দুটা কি?

👉 ভাস্কৰাব্দ আৰু কামৰূপী চন ।


শালস্তম্ভ বংশ(Mlechchha Dynasty):-

১. প্ৰতিস্থাপক ৰজা কোন ?

👉শালস্তম্ভ ।

২. শালস্তম্ভ বংশৰ কোন জন ৰজাৰ কন্যাক নেপালৰ ৰজাই লগত বিবাহ কৰিছিল ?

👉 শ্ৰী হৰ্ষদেৱ ৰ জীয়ৰী ৰাজ্যমতী । ( নেপালৰ ৰজা:- জয়দেৱ)

৩. শালস্তম্ভ ৰাজ্যৰ ৰাজধানী কি আছিল ?

👉 হাৰুপেশ্বৰ ।

৪. শালস্তম্ভ বংশৰ শেষৰ জন ৰজা কোন ?

👉 ত্যাগ সিংহ ।


চুতীয়া বংশ(Chutiya Dynasty):-

১. প্ৰতিষ্ঠাপক ৰজাজন কোন ?

👉 বীৰপাল ।( ৰাজধানী আছিল: শদিয়া ত)

২. সতী সাধিনী চুতীয়া বংশৰ কোনজন ৰজাৰ জীয়ৰী আছিল ?

👉 অষ্টমজন ৰজা ধৰ্মধৱজ পালৰ জীয়ৰী আছিল ।

৩. চুতীয়া ৰাজ্যৰ শেষৰ জন ৰজা কোন ?

👉 নীতিপাল । ( সতী সাধিনী ৰ স্বামী)

৪. কোন চনত আহোম ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰিছিল ?

👉 ১৫২৬ চনত, আহোম ৰজা চুহুংমুং এ ।


কছাৰী ৰাজ্য ( Kachari Kingdom):-


১. কোনজন কছাৰী ৰজা আহোমৰ  লগত ৰণত হাৰি থাপিত আৰু সঞ্চিত হৈছিল ?

👉 কোঁৱৰ ডেটচোং (১৫৩১)

২. দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহৰ সময়ত কোনজন কছাৰী ৰজাই মোৱামৰীয়া সকলক আশ্ৰয় দি সহায় কৰিছিল ?

👉 ৰজা কৃষ্ণ চন্দ্ৰ য়ে ।

৩. কছাৰী ৰাজ্যৰ শেষৰ জন ৰজা কোন?

👉 গোবিন্দ চন্দ্ৰ ।

8. কছাৰী ৰাজ্যৰ ৰাজধানী কি আছিল ?

👉 হিড়িম্বা ( ডিমাপুৰ )

৫. কোনচনত ব্ৰিটিছে কছাৰী ৰাজ্য অধিগ্ৰহণ কৰিছিল ?

👉 ১৮৩২ চনত ।


গৌড় ৰাজ্য ( Goura Kingdom):-

১. প্ৰতিস্থাপক ৰজাজন কোন ?

👉 শশাঙ্ক ।

২. গৌড় ৰাজ্যৰ ৰাজধানী আছিল ?

👉 কৰ্ণ সুৱৰ্ণ ।

৩. গৌড় ৰাজ্য আক্ৰমণ কৰা অসমৰ ৰজাজন কোন ?

👉 কুমাৰ ভাস্কৰ বৰ্মন ।



অসমৰ জনগোষ্ঠীয় উৎসৱ পাৰ্ৱণ আৰু পূজা পাতলৰ প্ৰশ্ন সমূহ পাবৰ কাৰণে ইয়াত 👉 CLICK কৰক

Assam Art and Culture ৰ প্ৰশ্ন সমূহৰ বাবে ইয়াত 👉CLICK কৰক

(আগলৈ... আহোম ৰাজ্যৰ সবিশেষ প্ৰশ্ন যোগান ধৰা হব )

Visit my blog for more questions.

Website: assampolicestudy.blogspot.com

For any queries please Contact Us

Comments