অসমৰ জনজাতীয় উৎসৱ পাৰ্ৱণ আৰু পূজা পাতল সমূহ

Assam Police study Material 

Impotant General knowledge- 4


১)অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে উদযাপন কৰা উৎসৱ পাৰ্ৱণ আৰু পূজা সমূহ :---


👉উমফ্রা পূজা, পওৰাদেও পূজা,হাচং পূজা :-ৰাভাসকলৰ


👉ছগ্ৰামীছাৱা পূজা,বৰাত পূজা :- তিৱাসকলৰ


👉খেৰাই পূজা, বাথৌ পূজা, বৈশাগু(উৎসৱ) :- বড়ো সকলৰ ।


👉নৰা চিগা, আলি-আই-লিগ্ৰং(উৎসৱ):- মিছিংসকলৰ


👉উমফা পূজা, চুমদেও পূজা,ফুৰালুং পূজা:- আহোম সকলৰ ।


👉বুশু :- ডিমাছাসকলৰ


👉ৰংখেৰ পূজা, চমাংকান :- কাৰ্বি সকলৰ


👉বহাগীয়া বিশু :- দেউৰীসকলৰ


২. দিহিং পাটকাই উৎসৱ কেতিয়া পালন কৰা হয় ?

👉 জানুৱাৰী মাহত (২০০২ চনৰ পৰা অনুষ্ঠিত হৈ আহিছে)


৩." হস্তী মহোৎসৱ' কত আৰু কেতিয়া অনুষ্ঠিত হয় ?

👉 কাজিৰঙাত, ফেব্ৰুৱাৰী মাহত ( ২০০৩ ৰ পৰা অনুষ্ঠিত হৈ আহিছে)


৪.অসমৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰথমখন গ্ৰন্থমেলা কত আৰু কেতিয়া হৈছিল ?

👉 নগাঁওত ( ১৯৭৮ চনত)

   

৫.ৰাষ্ট্রীয় পৰ্যায়ৰ প্ৰথম খন গ্ৰন্থমেলা কত আৰু কেতিয়া অনুষ্ঠিত হয় ?

👉 গুৱাহাটী গ্ৰন্থ মেলা ( ১৯৮৪,)


৬. "NORTH EAST BOOK FAIR" প্ৰথম বাৰৰ বাবে কেতিয়া অনুষ্ঠিত হৈছিল?

👉 ১৯৯৮ চনত ( গুৱাহাটীত)


৭. অসমীয়া ভাষাক কেতিয়া চৰকাৰী ভাষাৰূপে স্বীকৃতি দিয়া হৈছিল ?

👉 ১৯৬০ চনৰ ১০ অক্টোবৰ, "Official Language Act 1960"ৰ অধীনত ।


৮.অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে কোন খন সাহিত্য সভাৰ অধিবেশনত স্বীকৃতি দিয়া হৈছিল ?

👉২১তম অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটাৰ অধিবেশনত, ১৯৫০ চনত ।


৯. কেতিয়া অসম চৰকাৰে শিহুক ৰাজ্যিক জলজ পশুৰূপে ঘোষণা কৰিছিল?

👉২০০৮ ৰ april মাহত ।


১০. কেতিয়া দেওহাঁহ ক অসমৰ ৰাজ্যিক পক্ষী আৰু কপৌফুলক ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰিছিল ?

👉 ২০০৩ চনত এপ্ৰিল মাহত 


১১.কেতিয়া চাহ ক অসমৰ ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি দিয়া হৈছিল ?

👉২০১১ চনত ।


১২. NEFA (North East Frontier Agency) কেতিয়া গঠন হৈছিল ?

👉১৯১৪ চনত 


For General knowledge part 3, 👉CLICK HERE

For more questions visit my blog.

Website:- assampolicestudy.blogspot.com

For any queries  Contact Us

Comments