ASSAM POLICE GENERAL KNOWLEDGE, Art and Culture Part-1

Assam Police Constable Exam General Knowledge

Art and Culture of Assam, Part - 1


১) অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰথম সম্পাদক জন কোন ?
উ:- চন্দ্ৰধৰ বৰুৱা ।

২) কোন চনত " সত্ৰীয়া" নৃত্যক Classical নৃত্য হিচাপে স্বীকৃতি দিয়া হয় ?
উ:- ২০০০ চনত ।

৩) " হালধীয়া চৰায়ে বাওধান খায়" ফিল্ম খনৰ নিৰ্মাতা কোন ?
উ:- জাহ্নু বৰুৱা ।

৪) বকুল বনৰ কবি বুলি কাক কোৱা হয়?
উ:- আনন্দ চন্দ্ৰ বৰুৱা

৫) অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন ?
উ:- শৰ ত চন্দ্ৰ গোস্বামী ।

৬) প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?
উ:- ভানুমতী ।

৭) অসমীয়া ভাষা উন্নতি সাধনী সভাৰ গঠন হৈছিল ?
উ:- ১৮৮৮ চনত ।

৮) পোৱা মক্কা কোনে নিৰ্মাণ কৰিছিল?
উ:- জ্ঞাসুদ্দিন আও লিয়া ।

৯) প্ৰথম অসমীয়া ব্যাকৰণ পুথি খনৰ ৰচক কোন?
উ:- নাঠন ব্ৰাউন ।

১০) কোন জনগো্ঠী এ কৰম পূজা পালন কৰে?
উ:- চাহ জনগোষ্ঠী ।

১১) অসমীয়া গদ্য ৰ জনক কোন?
উ:- ভ ট্ট দেৱ ।

১২) কোন খন ৰাজ্য ক উত্তৰ পূবৰ শান্তিৰ বাগিচা বুলি কোৱা হয় ?
উ:- মিজোৰাম ।

১৩) কোন খন ৰাজ্যত Hornbil festival পালন কৰা হয় ?
উ:- নাগালেণ্ড ।

১৪) প্ৰথম অসমীয়া চুটি গল্প সংকলন খনৰ নাম কি?
উ:- সুৰভি ( লক্ষ্মীনাথ বেবৰুৱাদেৱৰ) ।

১৫)  ড' বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞান পীঠ বঁটা লাভ কৰা বিখ্যাত গ্ৰন্থ খনৰ নাম কি?
উ:- মৃত্যুঞ্জয় ।

১৬) প্ৰথম অসমীয়া নিয়মীয়া বাতৰি কাকত খনৰ নাম কি ?
উ:- দৈনিক বাতৰি ।

১৭) প্ৰথম অসমীয়া ৰঙীন কথাছবি খনৰ নাম কি ?
উ:- ভাইতী ।

১৮) ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম অসমীয়া অভিনেত্ৰী গৰাকী ৰ নাম কি ?
উ:- মলয়া গোস্বামী ।

১৯) postal stump t  প্ৰকাশ পোৱা প্ৰথম জন অসমীয়া লেখক কোন আছিল ?
উ:- লক্ষ্মীনাথ বেজবৰুৱা ।

২০) প্ৰথম অসমীয়া ছপা পুথি খনৰ নাম কি ?
উ:- ধৰ্ম পুস্তক ।

২১) কোনে পোন প্ৰথমবাৰৰ কাৰণে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল ?
উ:- মাধৱ কন্দলীয়ে ।

২২) "চিৰ চেনেহী মোৰ ভাষা জননী" গান টোৰ লিখক কোন ?
উ:- মিত্ৰদেৱ মহন্ত ।

২৩)" অভিযাত্ৰী" উপন্যাস খন কোন গৰাকী নাৰী ৰ জীৱনক লৈ লিখা হৈছিল ?
উ:- চন্দ্ৰ প্ৰভা শইকীয়া নি ।

২৪) অনাতাঁৰ যোগে প্ৰচাৰ হোৱা প্ৰথম নাট খনৰ নাম কি?
উ:- বীণ বৰাগী ।

২৫) "বনফুল" গ্ৰন্থ খন, যিয়ে প্ৰথম অসমীয়া গ্ৰন্থ হিচাপে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল, লেখক কোন আছিল ?
উ:- যতীন্দ্ৰ নাথ দুৱৰা ।

২৬) শৰাইঘাট দলঙৰ নিৰ্মাণ কৰিছিল কোন চনত ?
উ:- ১৯৬২ চনত ।

২৭) "সংগীত নাটক অকাডেমী বঁটাৰে"সন্মানিত অসমীয়া নাৰী গৰাকীৰ নাম কি?
উ:- প্ৰতিমা বৰুৱা পাণ্ডে ।

(আগলৈ...)
( For Part 2 Click Here👈

(Assam police Constable History part 1 to 4 available )


Comments