Assam Police General Knowledge,Art and Culture Part-2

Assam Police General Knowledge

Art and Culture, Part- 2

(From previous page)

২৮) প্ৰথম অসমীয়া আধুনিক নাট খনৰ নাম কি?
উ:- ৰাম নৱমী ।

২৯) চন্দ্ৰ কান্ত অভিধান প্ৰকাশিত কেতিয়া হৈছিল ?
উ:- ১৯৩৩ চনত ।

৩০) শঙ্কৰদেৱৰ প্ৰথম কাব্যিক ৰচনা খনৰ নাম কি?
উ:- হৰিশ্চন্দ্ৰ উপাখ্যান ।

৩১) "Assamese it's formation and development" গ্ৰন্থ খনৰ লিখক কোন?
উ:- ড' বাণীকান্ত কাকতি ।

৩২) প্ৰথম অসমীয়া " ছনেট" লিখক কোন ?
উ:- হেমচন্দ্ৰ গোস্বামী।

৩৩) অসমীয়া ভাষাৰ প্ৰথম খন অভিধান কোনে লিখিছিল?
উ:- মাইলছ ব্ৰনছন ।

৩৪) "সাৰথি" নামৰ বিখ্যাত কিতাপ খন ৰ লিখক কোন?
উ:- সত্যনাথ বৰা ।

৩৫) প্ৰথম অসমীয়া mobile theatre খনৰ নাম কি?
উ:- নটৰাজ থিয়েটাৰ ।

৩৬) " জোনাকী" ৰ প্ৰথম সম্পাদক কোন আছিল?
উ:- চন্দ্ৰকুমাৰ আগৰৱালা ।

৩৭) "জ্ঞান মালিনী" কবিতা পুথিৰ লিখক কোন ?
উ:- মফিজুদ্দিন আহমদ হাজৰিকা ।

৩৮) কোন চনত বঙালী ভাষা অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃত হয়?
উ:- ১৮৩৬ চনত ।

৩৯) অসমৰ প্ৰথম কথাছবি খনৰ নাম কি?
উ:- জয়মতী (১৯৩৫ চনত )

৪০) প্ৰথম অসমীয়া মহিলা কোন আছিল, যিয়ে হাই কৰ্টৰ ন্যাধিশ হৈছিল ?
উ:- ড' মীৰা শৰ্মা ।

৪১) কোন চনত " দিছপুৰ " ৰাজধানী হিচাপে স্বীকৃতি দিয়া হয় ?
উ: ১৯৭৩ চনত ।

৪২) প্ৰথম অসমীয়া শিশু আলোচনী খনৰ নাম কি?
উ:- লৰা বন্ধু ।

৪৩) কোন চনত গোপীনাথ বৰদলৈয়ে " ভাৰত ৰত্ন" লাভ কৰিছিল ?
উ:- ১৯৯৯ চনত । ( মৰণোত্তৰ ভাৱে )

৪৪)  প্ৰথম অসমীয়া চনেট পুথি খনৰ নাম কি?
উ:- " প্ৰিয়তমা ৰ চিঠি " ।

৪৫) " ধ্বনি কবি " বুলি কাক কোৱা হয়?
উ:- বিনন্দ্ৰ চন্দ্ৰ বৰুৱা। 

৪৬)  গুৱাহাটী Tea Auction Centre " গঠন হৈছিল ?
উ:- ১৯৭০ চনত ।

৪৭) নৰনাৰায়ণ সেতু দলং খনে সংযোগ কৰিছে......
উ:- বঙাইগাঁও আৰু গোৱালপাৰা জিলাক ।

৪৮) কোন চনত কাজৰঙাক " ৰাষ্ট্ৰীয় উদ্যান " হিচাপে স্বীকৃতি দিয়া হয় ?
উ:- ১৯৭৪ চনত ।

৪৯) অসমৰ আটাইতকৈ সৰু জিলা খন কি?( Area wise) answer:- কামৰূপ মেট্ৰো ।

৫০) মণিপুৰৰ classical নৃত্য কি ?
উ:- ৰাস লীলা ।

For Art And Culture Part 1 Click Here👈
( আগলৈ.....)

Comments