অসম পুলিচ পৰীক্ষাৰ প্ৰস্তুতিৰ একমাত্ৰ নিৰ্ভৰযোগ্য ৱেবছাইট

অসম পুলিচ পৰীক্ষাৰ প্ৰস্তুতিৰ একমাত্ৰ নিৰ্ভৰযোগ্য ৱেবছাইট ।

Syllabus of Assam police UB and AB constable:-

A) General Knowledge and Current Affairs
B)General Mathematics or Arithmetics
C)Logical Reasoning
D)General Science
E)General English
(A) General Knowledge r অন্তৰ্গত বিষয় সমূহ :
 1.History related to Assam and India
 2.Geography of Assam and india
 3.Polity of India
 4.Art and culture of assam
 5. Economics
 6.Current affairs
 7.Sports and Awards

এই আটাইবোৰ বিষ য় আমি ভাগ ভাগ কৰি আলোচনা কৰিম । প্ৰতিটো Topic ৰ ওপৰত কমেও ৫০ ৰ পৰা ১০০ তা প্ৰশ্ন আৰু উত্তৰ থাকিব । নিয়মীয়া কৈ প্ৰশ্নসমূহ পাই থাকিবৰ কাৰণে আমাৰ ৱেবছাইটত visit কৰিব ।


Comments

Unknown said…
Really helpful. Welldone bro.keep it up.