Assam Police General Knowledge Part -1(History)

Assam Police study material

General Knowledge Part-1 

#History of Assam And india

১) প্ৰাচীন অসমৰ প্ৰথম ৰজাজন ৰ নাম কি?
উ:-  মহিৰংগ দানৱ ।

২) মহিৰংগ দানবৰ ৰাজধানী ৰ নাম  কি আছিল ?
 উ:- মৈৰাং পৰ্বত ।

৩) নৰকাসুৰৰ সমসাময়িক শোণিতপুৰ ৰ ৰজা জন কোন?
উ:- বান ৰজা ।

৪) বৰ্মন বংশৰ প্ৰথম ৰজা জনৰ নাম কি?
উ:- পুস্য বৰ্মণ । 
<script async src="https://pagead2.googlesyndication.com/pagead/js/adsbygoogle.js?client=ca-pub-8987325357950558"
     crossorigin="anonymous"></script>
<ins class="adsbygoogle"
     style="display:block; text-align:center;"
     data-ad-layout="in-article"
     data-ad-format="fluid"
     data-ad-client="ca-pub-8987325357950558"
     data-ad-slot="8345995626"></ins>
<script>
     (adsbygoogle = window.adsbygoogle || []).push({});
</script>
৫) বৰ্মন বংশৰ শেষৰ জন ৰজা কোন?
উ:- কুমাৰ ভাস্কৰ বৰ্মন ।( ৫৯৪ খ্ৰী ত সিংহাসনত উঠিছিল)

৬) ভাস্কৰ বৰ্মণৰ ৰাজত্ব কালত অসম ভ্ৰমণ কৰা চীনা পৰিব্ৰাজক জন কোন?
উ:-  হিও ৱেন চাং ।

৭)হি ৱেন চাং ৰ অসম ভ্ৰমণ উল্লেখিত গ্ৰন্থ খনৰ নাম কি?
উ:- চি ইউ কি ।

৮) ভাস্কৰ বৰ্মা ৰ সমসাম়িক কানৌজ ৰ ৰজা জন কোন?
উ:- হৰ্ষ বৰ্ধন ।

৯) শাল স্তম্ভ ৰ শ্ৰেষ্ঠ ৰজা জনৰ নাম কি?
উ:- শ্ৰী হৰ্শ দেৱ । 

১০)পাল বংশৰ প্ৰতিষ্ঠাপক কোন?
উ:- ব্ৰহ্ম পাল ।

১১) চুতীয়া ৰাজ্যৰ প্ৰতি্ঠাপক কোন?
উ:- বীৰ পাল। 

১২) কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন?
উ:- বিশ্ব সিংহ । 

১১) কোঁচ ৰজা নৰনাৰয়ণৰ প্ৰথম নাম কি আছিল?
উ:- মল্ল দেৱ ।

১২)  নৰনাৰায়ণৰ সমসাময়িক কবি কোন জনে মহাভাৰত ৰ অনুবাদ কৰিছিল ?
উ:- ৰাম সৰস্বতী ।

১৩) কোঁচ সেনাপতি চিলৰায়ৰ প্ৰথম নাম কি আছিল?
উ:- শুক্ল ধৱজ ।

১৪) কছাৰী ৰাজ্যৰ শেষৰ জন ৰজা কোন?
উ:- গোবিন্দ চন্দ্ৰ। 

১৫) কছাৰী ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল?
উ:- খুন খুৰা। 

১৬)আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন ?
উ:- চাও লুং চুকাফা ।

১৭) চুকাফা অসমলৈ কোন চনত আৰু কোন পৰ্বত অঞ্চলৰ মাজেৰে আহিছিল?
উ:- ১২২৮ খৃঃ ত পাট কাই পৰ্বত ৰে ।

১৮) চুকাফা ই কোন চনত আৰু কত প্ৰথম ৰাজধানী স্থাপন কৰিছিল ?
উ:- ১২৫৩ চনত চৰাইদেউ ত স্থাপন কৰিছিল ।

১৯) কোন চনত চুকাফাৰ মৃত্যু হৈছিল ?
উ:- ১২৬৮ চনত ।

২০) কোন জন আহোম ৰজাই শিঙৰী ঘৰত উঠা প্ৰথা আৰম্ভ কৰে ?
উ:- চুডাংফা বা বামুণী কোঁৱৰ ।

২১) প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰা আহোম ৰজা জনৰ নাম কি ?
উ:- চুডাংফা ।

২২) কোন জন আহোম ৰজা ৰ দিন ৰ পৰা " স্বৰ্গদেউ " শব্দটো ব্যৱহাৰ কৰা হৈছিল?
উ:- চুহুংমুং বা দিহঙ্গীয়া ৰজা । ( তেওঁৰ দিনৰ পৰা অসমত প্ৰথম বাৰৰ কাৰণে লোকপিয়ল আৰম্ভ হয় )

২৩) কোন জন আহোম ৰজাই ৰাজধানী গড় গাওঁত স্থাপন কৰিছিল ?
উ:- চুক্লেংমু ঙ বা গঞা ৰজা ।  

২৪) কোন জন আহোম ৰজাৰ দিনত " বৰবৰুৱা" আৰু "বৰফুকন" পদবীৰ সৃষ্টি হৈছিল ?
উ:- সুচেংফা বা প্ৰতাপ সিংহ ৰ ৰাজত্ব কালত । { তেওঁ আছিল পোনপ্ৰথম বাৰৰ কাৰণে হিন্দু নাম গ্ৰহণ কৰোতা আহোম ৰজা }

(আগলৈ...)
For Part 2 CLICK HERE👈
Please share and visit for next part.
Website: assampolicestudy.blogspot.com

Comments